‘অৰ্জুন বঁটা’ আৰু ‘খেল ৰত্ন’ৰ বাবে ৫ খেলুৱৈৰ নাম প্ৰেৰণ…

‘অৰ্জুন বঁটা’ আৰু ‘খেল ৰত্ন’ৰ বাবে ৫ খেলুৱৈৰ নাম প্ৰেৰণ…
  • হকী ইণ্ডিয়াই প্ৰেৰণ কৰিছে 'অৰ্জুন বঁটা' আৰু 'খেল ৰত্ন'ৰ বাবে খেলুৱৈৰ নাম।
  • পি আৰ শ্ৰীজেশ আৰু ৰাজীৱ গান্ধীৰ নাম 'খেল ৰত্ন'ৰ বাবে প্ৰেৰণ কৰা হৈছে।
  • লগতে ছিংলেনছানা সিং কানগুজাম, আকাশদীপ সিং আৰু দীপিকা ঠাকুৰৰ নাম 'অৰ্জুন বঁটা'ৰ বাবে প্ৰেৰণ কৰিছে হকী ইণ্ডিয়াই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in