নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তৰ্ক কৰি লাভ নাইঃ ৰাজনাথ সিং

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তৰ্ক কৰি লাভ নাইঃ ৰাজনাথ সিং
  • লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তৰ্কযুদ্ধ৷
  • তাৰ বিপৰীতে বিধেয়কখন গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং৷
  • 'নাগৰিকত্ব সংশোধনী বিধেয়ক কেৱল অসমৰ বাবেই নহয়৷'
  • 'ভিন্ন দেশৰ পৰা অহা শৰনাৰ্থীসকলক সংস্থাপন দিয়াৰ বাবে এই বিধেয়ক৷
  • 'এই বিধেয়কখনে পশ্চিমৰ সীমা অতিক্ৰম কৰি ৰাজস্থান, পঞ্জাৱ আৰু দিল্লীত থাকিবলৈ লোৱাসকলকো সংস্থাপন দিব৷'
  • 'বিধায়কখনক লৈ তৰ্ক কৰাটো অযুক্তিকৰ৷'
  • 'বিধায়কে কাৰো একো ক্ষতি নকৰে৷'
  • লোকসভাৰ মজিয়াত এই মন্তব্য কৰে ৰাজনাথ সিঙে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in