মহানগৰীত হিজবুল মুজাহিদীনৰ লিংকমেনক গ্ৰেপ্তাৰ

মহানগৰীত হিজবুল মুজাহিদীনৰ লিংকমেনক গ্ৰেপ্তাৰ
  • হিজবুল মুজাহিদীনৰে জড়িতৰ অভিযোগত আৰু এজনক  গ্ৰেপ্তাৰ।
  • বৰ্ণিহাটৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ওমৰ ফাৰুক নামৰ লোকজনক।
  • ধৃত ওমৰ ফাৰুকৰ ঘৰ হোজাইত।
  • সম্প্ৰতি দিছপুৰ থানাত ৰখা হৈছে ওমৰ ফাৰুকক।
  • হিজবুলৰ লিংকমেন হিচাপে ওমৰ ফাৰুকে কাম কৰাৰ সন্দেহ আৰক্ষীৰ।
  • ইতিমধ্যে হিজবুল মুজাহিদীনৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুজন লোকক।‍
  • ইয়াৰে এজনক গ্ৰেপ্তাৰ কৰা হৈছিল কানপুৰত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in