ৰাজ্যৰ পৰৱৰ্তী এন আৰ চি সমন্বয়ক হ’ব হিতেশ দেৱ শৰ্মা…

ৰাজ্যৰ পৰৱৰ্তী এন আৰ চি সমন্বয়ক হ’ব হিতেশ দেৱ শৰ্মা…
  • অসমৰ নতুন ৰাজ্যিক এন আৰ চি সমন্বয়ক নিযুক্তি।
  • প্ৰতীক হাজেলাৰ পাছত হিতেশ দেৱ শৰ্মাই ল'ব এই দায়িত্ব।
  • বৰ্তমান তেওঁ বিত্ত বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।
  • উচ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলাক বদলিৰ নিৰ্দেশ দিয়াৰ পাছত এই পদত নিযুক্তি দিয়া হৈছে হিতেশ দেৱ শৰ্মাক।
  • উক্ত পদৰ বাবে কেইবাজনো বিষয়াৰ নাম চৰ্চালৈ আহিছিল।
  • ৰাজ্য চৰকাৰে হিতেশ দেৱ শৰ্মাক এই পদত নিযুক্তিত দিয়ে অনুমোদন।
  • উল্লেখ্য যে, হিতেশ দেৱ শৰ্মাই প্ৰথমে এন আৰ চিৰ সমন্বয়ক হিচাপে সমগ্ৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in