শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

ৰাজ্যৰ পৰৱৰ্তী এন আৰ চি সমন্বয়ক হ’ব হিতেশ দেৱ শৰ্মা…

825
  • অসমৰ নতুন ৰাজ্যিক এন আৰ চি সমন্বয়ক নিযুক্তি।
  • প্ৰতীক হাজেলাৰ পাছত হিতেশ দেৱ শৰ্মাই ল’ব এই দায়িত্ব।
  • বৰ্তমান তেওঁ বিত্ত বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে।
  • উচ্চতম ন্যায়ালয়ে প্ৰতীক হাজেলাক বদলিৰ নিৰ্দেশ দিয়াৰ পাছত এই পদত নিযুক্তি দিয়া হৈছে হিতেশ দেৱ শৰ্মাক।
  • উক্ত পদৰ বাবে কেইবাজনো বিষয়াৰ নাম চৰ্চালৈ আহিছিল।
  • ৰাজ্য চৰকাৰে হিতেশ দেৱ শৰ্মাক এই পদত নিযুক্তিত দিয়ে অনুমোদন।
  • উল্লেখ্য যে, হিতেশ দেৱ শৰ্মাই প্ৰথমে এন আৰ চিৰ সমন্বয়ক হিচাপে সমগ্ৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি