শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

আলফাই লোৱা চূড়ান্ত সিদ্ধান্ত দুৰ্ভাগ্যজনকঃ ড০ হীৰেণ গোহাঁইৰ সংবাদমেল…

  • আলফাই ২ কৰ্মচাৰীক দিয়া বিবৃতিৰ ওপৰত ড০ হীৰেণ গোহাঁইৰ সংবাদমেল।
  • আলফাই লোৱা চূড়ান্ত সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা ড০ হীৰেণ গোহাঁইৰ।
  • ‘তেওঁলোক দুজন সাধাৰণ কৰ্মচাৰীহে, তেওঁলোক দায়ী নহয়’।
  • ‘আলফাই ঘোষণা কৰা সিদ্ধান্ত অসমৰ মানুহৰ কি উপকাৰ কৰিব?’
  • ‘এয়া অৰ্থহীন, ভয়ংকৰ আৰু লজ্জাজনক ঘটনা হৈছে।’
  • আলফাক এই ধৰণৰ ঘোষণা নকৰি চৰকাৰৰ লগত আলোচনা কৰাৰ আহ্বান।
  • এই কাণ্ডৰ বিৰুদ্ধে অসমীয়াক প্রতিবাদ কৰাৰ আহ্বান ড০ হীৰেণ গোহাঁইৰ।
  • ‘পৰেশ বৰুৱাই চৰকাৰক দাবী কৰিব পাৰিলে হয়’।
  • ‘কা আন্দোলনত কাৰাৰুদ্ধ কৰা সকলক মুক্তিৰ দাবী জনাব পাৰিলে হয়’।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি