আলফাই লোৱা চূড়ান্ত সিদ্ধান্ত দুৰ্ভাগ্যজনকঃ ড০ হীৰেণ গোহাঁইৰ সংবাদমেল…

আলফাই লোৱা চূড়ান্ত সিদ্ধান্ত দুৰ্ভাগ্যজনকঃ ড০ হীৰেণ গোহাঁইৰ সংবাদমেল…
  • আলফাই ২ কৰ্মচাৰীক দিয়া বিবৃতিৰ ওপৰত ড০ হীৰেণ গোহাঁইৰ সংবাদমেল।
  • আলফাই লোৱা চূড়ান্ত সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা ড০ হীৰেণ গোহাঁইৰ।
  • 'তেওঁলোক দুজন সাধাৰণ কৰ্মচাৰীহে, তেওঁলোক দায়ী নহয়'।
  • 'আলফাই ঘোষণা কৰা সিদ্ধান্ত অসমৰ মানুহৰ কি উপকাৰ কৰিব?'
  • 'এয়া অৰ্থহীন, ভয়ংকৰ আৰু লজ্জাজনক ঘটনা হৈছে।'
  • আলফাক এই ধৰণৰ ঘোষণা নকৰি চৰকাৰৰ লগত আলোচনা কৰাৰ আহ্বান।
  • এই কাণ্ডৰ বিৰুদ্ধে অসমীয়াক প্রতিবাদ কৰাৰ আহ্বান ড০ হীৰেণ গোহাঁইৰ।
  • 'পৰেশ বৰুৱাই চৰকাৰক দাবী কৰিব পাৰিলে হয়'।
  • 'কা আন্দোলনত কাৰাৰুদ্ধ কৰা সকলক মুক্তিৰ দাবী জনাব পাৰিলে হয়'।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in