অখিলক সৰুৰে পৰা জানো, সি মাওবাদী হ’বই নোৱাৰেঃ ড০ হীৰেন গোহাঁই VIDEO

অখিলক সৰুৰে পৰা জানো, সি মাওবাদী হ’বই নোৱাৰেঃ ড০ হীৰেন গোহাঁই VIDEO
  • চানমাৰীৰ এন আই এৰ আদালতত হাজিৰ অখিল গগৈক।
  • কৃষক নেতাগৰাকীক হাজিৰ কৰাৰ সময়তে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় আদালতৰ সন্মুখত।
  • প্ৰতিবাদকাৰীক আৰক্ষীয়ে দিছে বাধা।
  • ইফালে আদালতত গৈ উপস্থিত হৈছেগৈ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোঁহাই।
  • অখিল গগৈৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত তেওঁ কয়- অখিলক সৰুৰে পৰা জানো, সি মাওবাদী হবই নোৱাৰে।
  • সি মাওবাদৰ কিতাপ পঢ়িছিল, মইও পঢ়ো।
  • চৰকাৰৰ এতিয়া এইটোৱেই পন্থা, মোৰ ওপৰতো গোচৰ তৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in