শেহতীয়া খবৰ
কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল  •  কোৰোনাৰ সমান্তৰলাকৈ ৰাজ্যত বানৰ বিভিষীকা, বৰ্তমানলৈকে ৪২ জনৰ প্ৰাণ হানি...  •  বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি...  •  NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন...  •  বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু...  •  অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক...  •  দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!...  •  ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ...  •  বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ...  •  দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত...

অখিলক সৰুৰে পৰা জানো, সি মাওবাদী হ’বই নোৱাৰেঃ ড০ হীৰেন গোহাঁই VIDEO

2,098
  • চানমাৰীৰ এন আই এৰ আদালতত হাজিৰ অখিল গগৈক।
  • কৃষক নেতাগৰাকীক হাজিৰ কৰাৰ সময়তে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় আদালতৰ সন্মুখত।
  • প্ৰতিবাদকাৰীক আৰক্ষীয়ে দিছে বাধা।
  • ইফালে আদালতত গৈ উপস্থিত হৈছেগৈ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোঁহাই।
  • অখিল গগৈৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত তেওঁ কয়- অখিলক সৰুৰে পৰা জানো, সি মাওবাদী হবই নোৱাৰে।
  • সি মাওবাদৰ কিতাপ পঢ়িছিল, মইও পঢ়ো।
  • চৰকাৰৰ এতিয়া এইটোৱেই পন্থা, মোৰ ওপৰতো গোচৰ তৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি