ড০ হীৰেন গোহাঁই, অখিল গগৈৰ ওপৰত ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰৰ আজি শুনানি

ড০ হীৰেন গোহাঁই, অখিল গগৈৰ ওপৰত ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰৰ আজি শুনানি
  • বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই আৰু অখিল গগৈৰ ওপৰত ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰৰ আজি শুনানি।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আয়োজিত ধিক্কাৰ দিৱসত ড০ গোহাঁই আৰু অখিল গগৈয়ে স্বাধীন অসমৰ প্ৰসংগ উত্থাপন কৰাৰ পিছতে ৰুজু কৰা হৈছিল গোচৰ।
  • লতাশিল থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে।
  • পূৰ্বে ড০ গোহাঁই আৰু অখিল গগৈক অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ লগতে মনজিৎ মহন্তক প্ৰদান কৰিছিল পূৰ্ণাংগ জামিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in