হিমন্তৰ ঘোষণা : অসমত পুনৰ নহয় লকডাউন…

হিমন্তৰ ঘোষণা : অসমত পুনৰ নহয় লকডাউন…
  • অসমত নহয় লকডাউন ।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ ঘোষণা কৰিলে এই কথা ।
  • সংবাদমেল সম্বোধন কৰি ৰাইজক আতংকিত নহ'বলৈ আহ্বান মন্ত্ৰী গৰাকীৰ ।
  • সান্ধ্য আইনো জাৰি কৰা নহয় বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
  • অসমবাসীক কোৰোনাৰ লক্ষন দেখিলে পৰীক্ষা কৰিবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in