ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত অমিত শ্বাহক ধন্যবাদ মন্ত্ৰী হিমন্তৰঃ টুইটত লিখিলে- where there’s a WILL…

ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত অমিত শ্বাহক ধন্যবাদ মন্ত্ৰী হিমন্তৰঃ টুইটত লিখিলে- where there’s a WILL…
  • বুধবাৰে ৰাজ্যসভাত গৃহীত হ'ল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত।
  • কিন্তু খিলঞ্জীয়াৰ প্ৰতিবাদকো নেওচি চৰকাৰে দুয়োখন সদনতে গৃহীত কৰিবলৈ সক্ষম হয় কেব।
  • বুধবাৰে ৰাজ্যসভাত কেবৰ সমৰ্থনত ১২৫ জন সদস্যই ভোট দান কৰাৰ বিপৰীতে বিপক্ষত ভোট দিয়ে ১০৫ জনে।
  • ইফালে ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • এটা টুইটযোগে অমিত শ্বাহক ধন্যবাদ জনায় হিমন্ত বিশ্ব শৰ্মাই।
  • টুইটত তেওঁ লিখিছে- where there's a WILL, there's a BILL & a way!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in