শেহতীয়া খবৰ
আপোচবিহীনভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা...  •  মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ 'খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ  •  গোৱালপাৰাত ক’লা পতাকা প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাক, VIDEO  •  সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ  •  এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ  •  জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী...  •  বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে...

ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত অমিত শ্বাহক ধন্যবাদ মন্ত্ৰী হিমন্তৰঃ টুইটত লিখিলে- where there’s a WILL…

1,347
  • বুধবাৰে ৰাজ্যসভাত গৃহীত হ’ল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • কেবৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত।
  • কিন্তু খিলঞ্জীয়াৰ প্ৰতিবাদকো নেওচি চৰকাৰে দুয়োখন সদনতে গৃহীত কৰিবলৈ সক্ষম হয় কেব।
  • বুধবাৰে ৰাজ্যসভাত কেবৰ সমৰ্থনত ১২৫ জন সদস্যই ভোট দান কৰাৰ বিপৰীতে বিপক্ষত ভোট দিয়ে ১০৫ জনে।
  • ইফালে ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • এটা টুইটযোগে অমিত শ্বাহক ধন্যবাদ জনায় হিমন্ত বিশ্ব শৰ্মাই।
  • টুইটত তেওঁ লিখিছে- where there’s a WILL, there’s a BILL & a way!
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি