শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

বাক্সাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল বাইক ৰেলীত অংশগ্ৰহণ…

270

ডিজিটেল ডেস্কঃ দেওবাৰে বাক্সাত এক বিশাল বাইক ৰেলীত অংশ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ লগতে এই বাইক ৰেলীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু বিজেপিৰ সাধাৰণ সম্পাদক দীলিপ শইকীয়া। বৰ্ণাডিৰ পৰা তামুলপুৰ হৈ কুমাৰীকাটালৈ এই বাইক ৰেলী উলিওৱা হয়।

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এনেদৰেই তৎপৰ হৈ পৰিছে আন ৰাজনৈতিক দলসমূহৰ লগতে বিজেপি। উল্লেখ্য যে, প্রথম পৰ্যায়ত ৭ ডিচেম্বৰত ওদালগুৰি আৰু বাক্সা জিলাত ভোটগ্ৰহণ আৰম্ভ হ’ব। তাৰপাছত দ্বিতীয় পৰ্যায় অৰ্থাৎ ১০ ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাঙত পুৱা ৭.৩০ বজাৰ পৰা আৱেলি ৪.৩০ বজালৈ ভোটগণনা কৰা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি