সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ’ব গোচৰ…

সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ’ব গোচৰ…
  • বৰ্তমানলৈকে অসমত স্বাস্থ্য বিভাগে সংগ্ৰহ কৰিছে ২০০০ ৰো অধিক কোৰোনাৰ নমুনা।
  • ইয়াৰে পজিটিভ পোৱা হৈছে ২৬ টা পজিটিভ।
  • ১৬৫ টা নমুনাৰ ফলাফল এতিয়াও অহা নাই।
  • বিয়লি ৪ বজালৈ আহিব পাৰে এই ফলাফল।
  • ১১২ জন মানুহ মনীষ তিবৰেৱালৰ সংস্পৰ্শলৈ অহা চিনাক্ত কৰা হৈছে।
  • ইয়াৰে ৯৮ টা নমুনা সংগ্ৰহ কৰা হৈছে।
  • বাকী ১৩ জনৰো নমুনা সংগ্ৰহ কৰা হ'ব।
  • ৮৫ জনৰ নমুনাৰ ফলাফল আহিছে।
  • সকলোৰে নিগেটিভ পোৱা হৈছে।
  • সকলোৰে নিগেটিভ আহিলেও তিবৰেৱালৰ দেহলৈ কেনেকৈ কোৰোনা আহিলে তাক লৈ চিন্তা হৈছে।
  • জানিব নোৱাৰাটো উৎকন্ঠাৰ বিষয় হিচাপে নিশ্চিত হৈছে।
  • সকলো লোককে ৰখা হৈছে হ'ম কোৱাৰেন্টাইনত।
  • নিজামুদ্দিনৰ ঘটনাৰ সৈতে ৪খন লিষ্ট পোৱা হৈছে।
  • ২৭৬ জন স্থানীয় তালিকা পোৱা গৈছে।
  • ৪৯১ টা নমুনা সংগ্ৰহ কৰা হৈছে।
  • ১২৮ টা নমুনা সংগ্ৰহ কৰিবলৈ বাকী।
  • আজিৰ ভিতৰত ১২৮ জন লোকৰ নমুনা সংগ্ৰহ সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ।
  • সকলো লোককে ওলাই অহাৰ আহ্বান।
  • যিসকল আজিৰ পিছত ওলাই আহিব তেওঁলোকৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন আইনৰ ধাৰাৰ মতে গোচৰ ৰুজু কৰা হ'ব।
  • ৩,৯৪১ টা পিপিই কিট আছে ৰাজ্য চৰকাৰৰ সৈতে।
  • ৩৬,৪৮৭ এন-৯৫ মাস্ক আছে চৰকাৰৰ সৈতে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in