হ’ব নেকি আকৌ কিবা সালসলনি? এতিয়াও দিল্লীতেই ব্যস্ত মন্ত্ৰী হিমন্ত…

হ’ব নেকি আকৌ কিবা সালসলনি? এতিয়াও দিল্লীতেই ব্যস্ত মন্ত্ৰী হিমন্ত…
  • দিল্লীত ব্যস্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতহে উভতিব অসমলৈ।
  • সন্ধিয়া ৭ বজাত বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা।
  • তেজপুৰ সমষ্টিক লৈ এতিয়াও তৎপৰতা অব্যাহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • কাক দিব প্ৰাৰ্থিত্ব তাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই শীৰ্ষ নেতৃত্বই।
  • সন্ধিয়া ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক।
  • তাৰপূৰ্বেই ৰাজ্যিক নেতৃত্বই চূড়ান্ত কৰিব প্ৰাৰ্থীৰ নাম।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in