কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী : কি ক’লে হিমন্ত বিশ্ব শৰ্মাই…

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী : কি ক’লে হিমন্ত বিশ্ব শৰ্মাই…
  • মুখ্যমন্ত্ৰী পদকলৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া ।
  • সকলো সিদ্ধান্ত সংসদীয় ব'ৰ্ডে ল'ব বুলি মন্তব্য কৰে ।
  • শপত গ্ৰহনৰ দিনো দিল্লীতে সিদ্ধান্ত হ'ব বুলি কয় হিমন্তই ।
  • দুই এদিনৰ ভিতৰতে সকলো সিদ্ধান্ত গ্ৰহন কৰিব সংসদীয় ব'ৰ্ডে ।
  • আমি অপেক্ষা কৰিব লাগিব বুলি কয় বিজেপি নেতা গৰাকীয়ে ।
  • দিল্লীৰ পৰা পৰ্যবেক্ষক আহিব পাৰে বুলি জনায় শৰ্মাই ।
  • কোভিড পৰিস্থিতি সন্দৰ্ভত নিৰীক্ষনৰ বাবে হিমন্তই জিএমচিএইচত উপস্থিত হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in