শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী : কি ক’লে হিমন্ত বিশ্ব শৰ্মাই…

1,067
  • মুখ্যমন্ত্ৰী পদকলৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া ।
  • সকলো সিদ্ধান্ত সংসদীয় ব’ৰ্ডে ল’ব বুলি মন্তব্য কৰে ।
  • শপত গ্ৰহনৰ দিনো দিল্লীতে সিদ্ধান্ত হ’ব বুলি কয় হিমন্তই ।
  • দুই এদিনৰ ভিতৰতে সকলো সিদ্ধান্ত গ্ৰহন কৰিব সংসদীয় ব’ৰ্ডে ।
  • আমি অপেক্ষা কৰিব লাগিব বুলি কয় বিজেপি নেতা গৰাকীয়ে ।
  • দিল্লীৰ পৰা পৰ্যবেক্ষক আহিব পাৰে বুলি জনায় শৰ্মাই ।
  • কোভিড পৰিস্থিতি সন্দৰ্ভত নিৰীক্ষনৰ বাবে হিমন্তই জিএমচিএইচত উপস্থিত হয় ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি