মোডীৰ আগমনৰ পূৰ্বে মহাদেৱৰ আশিস ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মোডীৰ আগমনৰ পূৰ্বে মহাদেৱৰ আশিস ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
  • পুৱাই তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত সেৱা জনালে  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • মোডীৰ আগমনৰ পূৰ্বে মহাদেৱৰ আশিস ল'লে হিমন্ত বিশ্ব শৰ্মাই।
  • 'প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ ফলত অসমত বিজেপিয়ে আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিব।'
  • তেজপুৰত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in