দিল্লীত আজি অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ সন্মিলন..

দিল্লীত আজি অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ সন্মিলন..

• দিল্লীত আজি অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ সন্মিলন।

• বিজেপি শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী,উপমুখ্যমন্ত্ৰীসকলৰ সন্মিলন অনুষ্ঠিত হ'ব দিল্লীত।

• প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব এই সন্মিলনৰ।

• দিল্লীত এই সন্মিলনৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

• দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব এই বৈঠকখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in