মৰিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা…

মৰিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা…

ডিজিটেল সংবাদ, মৰিগাওঁঃ মৰিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা…

  • জাগীৰোডৰ হিন্দুস্থান পেপাৰ মিলৰ কোভিড চিকিৎসালয় খনত অহা ডেৰমাহত ভিতৰত বিনামূলীয়া কিডনী দ্ৰাইলচিছ সেয়া আৰম্ভ হব ৷
  • দ্বিতীয়তে মৰিগাঁৱত গৰত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে জিলা উপায়ুক্তক ১০০ বিঘা মাটি যোগাৰ কৰিবলৈ আহ্বান জনাইছে ৷
  • তৃতীয়তে মৰিগাঁও আৰু দৰং সংযোগী ব্ৰহ্মপুত্ৰ উপৰত দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে ৷
  • চতুৰ্থতে মৰিগাঁও নগৰৰ নলা নৰ্দমা সমূহ নতুনকৈ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে ৩০ কোটি টকা আচনি প্ৰস্তুত কৰিছে ৷ ইলাৰাম দাস স্মৃতি ভৱনৰ বাবে কাম কৰি থকা হৈছে ৷
  • আনহাতে কভিডৰ ক্ষেত্ৰত যিহেতু নবেম্বৰ ডিছেম্বৰ মাহৰ ভিতৰত যিহেতু ভেকছিন আহিব তেতিয়ালৈকে যাতে ৫% ৰ তলত পজিটিভ আহিব পাৰে তাৰ ব্যৱস্থা কৰি থকা হৈছে ৷
  • মৰিগাঁও জাগীৰোড পথটো ভাৰত চৰকাৰে বনাই আছিল এতিয়া ৰাজ্য চৰকাৰে ২৪ কোট টকাৰে নিৰ্মাণ হব আৰু অহা ফ্ৰেব্ৰুৱাৰী মাহৰ ভিতৰত সমপূৰ্ণ হব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in