হিমন্তৰ কটাক্ষঃ আমি ঘৰে ঘৰে নহয়, আমি মানুহৰ অন্তৰত থাকিব বিচাৰো…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ নতুন ৰাজনৈতিক দলৰ নাম নোলোৱাকৈ আক্ৰমণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয়, কোনোবাই কয় আমি ঘৰে ঘৰে, আমি ঘৰে ঘৰে নহয়। আমি মানুহৰ অন্তৰত থাকিব বিচাৰো।

নাম নোলোৱাকৈ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰি কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্লাজমা দিছিল বিজেপি কৰ্মীয়ে বিজেপি কৰ্মীৰ প্লাজমাৰে ক্ৰমাত্‍ সুস্থ হ'ল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in