শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

হিমন্তৰ কটাক্ষঃ আমি ঘৰে ঘৰে নহয়, আমি মানুহৰ অন্তৰত থাকিব বিচাৰো…

305

ডিজিটেল ডেস্কঃ নতুন ৰাজনৈতিক দলৰ নাম নোলোৱাকৈ আক্ৰমণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয়, কোনোবাই কয় আমি ঘৰে ঘৰে, আমি ঘৰে ঘৰে নহয়। আমি মানুহৰ অন্তৰত থাকিব বিচাৰো।

নাম নোলোৱাকৈ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কটাক্ষ কৰি কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্লাজমা দিছিল বিজেপি কৰ্মীয়ে বিজেপি কৰ্মীৰ প্লাজমাৰে ক্ৰমাত্‍ সুস্থ হ’ল তেওঁ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি