শেহতীয়া খবৰ
কৰ্মচাৰীক দৰমহা দিবলৈ নাই ধন! দিল্লীয়ে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫হাজাৰ কোটি... • মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক...

স্পেনিছ গাৰ্ডেনলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

266
  • স্পেনিছ গাৰ্ডেনলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • স্পেনিছ গাৰ্ডেনৰ সন্মুখত উপস্থিত হৈছেহি জিলা প্ৰশাসন, আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক।
  • স্পেনিছ গাৰ্ডেনতে মহানগৰীৰ প্ৰথমজন কোৰোনাত আক্ৰান্ত লোক ধৰা পৰিছিল।
  • তাৰ পিছতে ছীল কৰি দিয়া হৈছিল ১৮ এপ্ৰিললৈকে স্পেনিছ গাৰ্ডেন।
  • স্পেনিছ গাৰ্ডেনৰ কোৰোনাত আক্ৰান্ত লোকজনৰ নাম মনীষ তিবৰেৱাল।
  • এমএমচিএইচত চিকিৎসা কৰি থকা হৈছে তিবৰেৱালৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি