যোৰহাটৰ পৰা গোলাঘাটলৈ ৰাওনা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যোৰহাটৰ পৰা গোলাঘাটলৈ ৰাওনা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
  • শনিবাৰে যোৰহাটৰ পাছত গোলাঘাটলৈ ৰাওনা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা উপস্থিত হ'বগৈ গোলাঘাট জিলা হাস্পতালত।
  • বিষাক্ত সুৰা সেৱন কৰি চিকিত্সাধীন হৈ থকা ৰোগীৰ স্বাস্থ্যৰ বুজ ল'ব স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
  • স্বাস্থ্য সেৱাৰ সুবিধাৰো বুজ ল'ব স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • সংবাদমাধ্যমক এই কথা জনালে বিধায়ক মৃণাল শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in