বিশ্বনাথৰ বাঘমাৰিৰ দুৰ্ঘটনাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক’লে…

বিশ্বনাথৰ বাঘমাৰিৰ দুৰ্ঘটনাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক’লে…
  • বিশ্বনাথৰ দুৰ্ঘটনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।
  • মন্ত্ৰীজনৰ দাবী- তেওঁৰ কনভয়ৰ গাড়ীৰ খুন্দাত মৃত্যু হোৱা নাই এই লোক দুজনৰ।
  • এখন ট্ৰাকৰ খুন্দাতহে সংঘটিত হৈছিল দুৰ্ঘটনাটো।
  • একেখন বাইকেৰে আহি থকা তিনিজন বাইক আৰোহীক খুন্দিয়াইছিল এখন ট্ৰাকে।
  • ট্ৰাকখন পৰীক্ষা কৰিলে সকলো তথ্য পোহৰলৈ আহিব বুলি মন্ত্ৰী শৰ্মাৰ দাবী।
  • দুৰ্ঘটনাস্থলীত আহতজনক নিবলৈ এখন এম্বুলেন্সৰ ব্যৱস্থা কৰি দিছিলে বুলি জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • ইয়াৰ বিপৰীতে প্ৰত্যক্ষদৰ্শীৰ দাবী- হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাতে মৃত্যু হৈছিল এই লোক দুজনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in