গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা

গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা
  • গুৱাহাটী মহানগৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা।
  • সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা ওদালবাক্ৰালৈ পদযাত্ৰা মন্ত্ৰীজনৰ।
  • ভৰলুমুখৰ ষ্টেট বেংকৰ পৰা মাছখোৱা ফ্লাইঅভাৰ হৈ এফ এ ৰোডেৰে কুমাৰপাৰা পাচআলি ফটাশিল বজাৰ, আমবাৰী তিনিআলি, কালাপাহাৰ চাইকেল ফেক্টৰী, বেটেলীয়ান গেট, লালগনেশ তিনিআলি হৈ এই পদযাত্ৰা।
  • পদযাত্ৰাৰ অন্তত জনজাতি যূৱকৃষ্টি পৰিষদৰ খেলপথাৰত এখন সভাৰে পদযাত্ৰাৰ সামৰণি পেলাব মন্ত্ৰীজনে।
  • ইফালে তেওঁৰ সৈতে এই যাত্ৰাত অংশ লৈছে অগপ আৰু বিজেপিৰ বহুকেইজন নেতাই।
  • গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • ২৩ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in