শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...  •  ডনেশ্যন, ইলেকশ্যনত ৰাষ্ট্ৰীয় ঘাইপথৰ পুঁজি! ধন নোপোৱা ঠিকাদাৰে তলা মাৰিলে টি কে ইঞ্জিনিয়াৰিঙৰ ২ কাৰ্যালয়ত, VIDEO

গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা

559
  • গুৱাহাটী মহানগৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা।
  • সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা ওদালবাক্ৰালৈ পদযাত্ৰা মন্ত্ৰীজনৰ।
  • ভৰলুমুখৰ ষ্টেট বেংকৰ পৰা মাছখোৱা ফ্লাইঅভাৰ হৈ এফ এ ৰোডেৰে কুমাৰপাৰা পাচআলি ফটাশিল বজাৰ, আমবাৰী তিনিআলি, কালাপাহাৰ চাইকেল ফেক্টৰী, বেটেলীয়ান গেট, লালগনেশ তিনিআলি হৈ এই পদযাত্ৰা।
  • পদযাত্ৰাৰ অন্তত জনজাতি যূৱকৃষ্টি পৰিষদৰ খেলপথাৰত এখন সভাৰে পদযাত্ৰাৰ সামৰণি পেলাব মন্ত্ৰীজনে।
  • ইফালে তেওঁৰ সৈতে এই যাত্ৰাত অংশ লৈছে অগপ আৰু বিজেপিৰ বহুকেইজন নেতাই।
  • গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • ২৩ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি