অপেক্ষা ৩ বজালৈ! সংবাদমেলত কি কি ঘোষণা কৰিব স্বাস্থ্যমন্ত্ৰীয়ে…

অপেক্ষা ৩ বজালৈ! সংবাদমেলত কি কি ঘোষণা কৰিব স্বাস্থ্যমন্ত্ৰীয়ে…
  • ক্ষন্তেক পাছতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ সম্ভাৱনা।
  • কোৰোনা সন্দৰ্ভত সবিশেষ ক'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • ৩ বজাত সংবাদমেল সম্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে।
  • জনতা ভৱনত এই সংবাদমেল সম্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in