শেহতীয়া খবৰ
নলবাৰীত নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোঁৱৰৰ কাৰ্যভাৰ গ্ৰহণ...  •  ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...

অসম চৰকাৰৰ বিশেষ পদক্ষেপঃ কোৰোনা পৰীক্ষাৰ ১৫ মিনিটৰ ভিতৰতেই পাব ফলাফল…

353
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • জনতা ভৱনত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিছে।
  • মঙলবাৰৰ পৰা MODERATE LEVEL লক্ষণযুক্ত কেছ পোৱা গৈছে।
  • মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে গুৱাহাটীৰ খবৰ লয়।
  • গুৱাহাটীৰ প্ৰসংগত খবৰ লয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • প্ৰতিদিনে ১০ হেজাৰ লোকৰ কোৰোনা পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে।
  • গুৱাহাটীৰ পৰিস্থিতি জটিল হ’ব বুলিও কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • আইচিএমআৰ ডিজিয়ে বুধবাৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ সৈতেও কথা পাতে।
  • কোভিড-১৯ এজি টেষ্ট কৰিব অসম চৰকাৰে।
  • পৰীক্ষা কৰাৰ ১৫ মিনিটৰ ভিতৰত পাব ফলাফল।
  • অচিৰেই অসম চৰকাৰে আৰম্ভ কৰিব এই টেষ্ট।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি