অসম চৰকাৰৰ বিশেষ পদক্ষেপঃ কোৰোনা পৰীক্ষাৰ ১৫ মিনিটৰ ভিতৰতেই পাব ফলাফল…

অসম চৰকাৰৰ বিশেষ পদক্ষেপঃ কোৰোনা পৰীক্ষাৰ ১৫ মিনিটৰ ভিতৰতেই পাব ফলাফল…
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • জনতা ভৱনত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিছে।
  • মঙলবাৰৰ পৰা MODERATE LEVEL লক্ষণযুক্ত কেছ পোৱা গৈছে।
  • মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে গুৱাহাটীৰ খবৰ লয়।
  • গুৱাহাটীৰ প্ৰসংগত খবৰ লয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • প্ৰতিদিনে ১০ হেজাৰ লোকৰ কোৰোনা পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে।
  • গুৱাহাটীৰ পৰিস্থিতি জটিল হ'ব বুলিও কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • আইচিএমআৰ ডিজিয়ে বুধবাৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ সৈতেও কথা পাতে।
  • কোভিড-১৯ এজি টেষ্ট কৰিব অসম চৰকাৰে।
  • পৰীক্ষা কৰাৰ ১৫ মিনিটৰ ভিতৰত পাব ফলাফল।
  • অচিৰেই অসম চৰকাৰে আৰম্ভ কৰিব এই টেষ্ট।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in