বুধবাৰৰ দিনটোত গুৱাহাটীত ১৫৭ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯…

বুধবাৰৰ দিনটোত গুৱাহাটীত ১৫৭ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯…
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • লকডাউন ভালদৰে পালন কৰা লোকসকলক মন্ত্ৰীৰ ধন্যবাদ।
  • ৩৮২ জন লোক মঙলবাৰে গুৱাহাটীত ধৰা পৰে।
  • বুধবাৰৰ দিনটোত ১৫৭ জন লোকৰ দেহত কোৰোনা ধৰা পৰিছে।
  • ২৪ৰ পৰা ৩০ জুনলৈ ১,২১২ জন কোৰোনা ৰোগী গুৱাহাটীত ধৰা পৰিছে।
  • প্ৰায় ১৪০০লোক মুঠ কোৰোনাত আক্ৰান্ত হৈছে গুৱাহাটীত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in