২০২০-২১ত চাহ শ্ৰমিকৰ একাউণ্টত জমা দিয়া হ’ব ৩ হাজাৰকৈ টকা…

২০২০-২১ত চাহ শ্ৰমিকৰ একাউণ্টত জমা দিয়া হ’ব ৩ হাজাৰকৈ টকা…
  • ৰাজ্যৰ শৈক্ষিক ঋণ লাভ কৰিব যুৱক-যুৱতীসকলে।
  • www.assamfinanceloans.inত আৱেদন কৰিলে আৱেদন নকৰা সকলেও লাভ কৰিব ৫০ হাজাৰ টকা।
  • শৈক্ষিক সহায়ৰ বাবে লাভ কৰিব এই ধন।
  • সংবাদমেলযোগে এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • পূৰ্বতে আৱেদন কৰা সকলে পুনৰ আৱেদন কৰিব নালাগে।
  • ২০ ছেপ্টেম্বৰৰ ভিতৰত নতুনকৈ আৱেদন কৰিব লাগিব।
  • ৭-৮ অক্টোবৰৰ ভিতৰত এই ধন মুকলি কৰি দিয়া হ'ব।
  • চাহ বাগিছাৰ শ্ৰমিকসকলৰ বাবেও বিশেষ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • চাহ বাগিচাৰ ধন পুৰষ্কাৰ মেলা আঁচনি কথা ঘোষণা।
  • ২০১৭-১৮চনত ৬লাখ ৩৩ হাজাৰ ৪১১জন চাহ শ্ৰমিকৰ একাউণ্ট খোলা হৈছিল।
  • তাত দিয়া হৈছিল আঢ়ৈ হাজাৰ টকাকৈ।
  • ২০১৮-১৯চনত পুনৰ আৰম্ভ কৰা হৈছিল এই আঁচনি।
  • উক্ত বৰ্ষত ৭ লাখ ১৫ হাজাৰ ৯৭৯টালৈ বৃদ্ধি পালে একাউণ্ট।
  • পুনৰ আঢ়ৈ হাজাৰকৈ টকা দিয়া হয়।
  • ২০২০-২১ত এই বেংক একাউণ্টসমূহত দিয়া হ'ব ৩ হাজাৰকৈ টকা।
  • ২৫০ কোটি টকা ব্যয় কৰা হ'ব প্ৰায় ৮ লাখ একাউণ্ট দিয়া হ'ব।
  • ১৫ নবেম্বৰৰ আগত এই ধনসমূহ দিয়া জমা কৰা হ'ব একাউণ্টত।
  • ৩-৪ বছৰ আমি এই একাউণ্টসমূহ জীয়াই ৰখাত সক্ষম হ'লো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in