ৰাজ্যত অতি শীঘ্ৰেই অনুষ্ঠিত হ’ব পৌৰসভা, পৌৰ নিগমৰ নিৰ্বাচনঃ ঘোষণা মুখ্যমন্ত্ৰীৰ…

ৰাজ্যত অতি শীঘ্ৰেই অনুষ্ঠিত  হ’ব পৌৰসভা, পৌৰ নিগমৰ নিৰ্বাচনঃ ঘোষণা মুখ্যমন্ত্ৰীৰ…
  • অচিৰেই অনুষ্ঠিত হ'ব ৰাজ্যৰ পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচন।
  • বঙাইগাঁৱত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • নিৰ্বাচন আয়োগে ইয়াৰ বাবে যাবতীয় প্ৰস্তুতি চলাই আছে বুলিও সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।
  • ৰাজ্যত ৮৪ খন পৌৰসভা আৰু পৌৰনিগমৰ নিৰ্বাচন আনুষ্ঠিত কৰিব আয়োগে।
  • দীৰ্ঘদিন ধৰি পৌৰসভা আৰু পৌৰনিগমৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in