শেহতীয়া খবৰ
দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...

ৰাজ্যত অতি শীঘ্ৰেই অনুষ্ঠিত হ’ব পৌৰসভা, পৌৰ নিগমৰ নিৰ্বাচনঃ ঘোষণা মুখ্যমন্ত্ৰীৰ…

  • অচিৰেই অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচন।
  • বঙাইগাঁৱত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • নিৰ্বাচন আয়োগে ইয়াৰ বাবে যাবতীয় প্ৰস্তুতি চলাই আছে বুলিও সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।
  • ৰাজ্যত ৮৪ খন পৌৰসভা আৰু পৌৰনিগমৰ নিৰ্বাচন আনুষ্ঠিত কৰিব আয়োগে।
  • দীৰ্ঘদিন ধৰি পৌৰসভা আৰু পৌৰনিগমৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি