অসুস্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ফাইল ফটো
ফাইল ফটো
  • অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • তেওঁৰ কিডনীত পোৱা গৈছে পাথৰ।
  • প্ৰচণ্ড পেটৰ বিষত ভোগাৰ বাবে কৰা হৈছিল ইউএছজি।
  • জিএমচিত ইউএছজি কৰাৰ পাছতে কিডনীত পাথৰ থকাৰ কথা পোহৰলৈ আহে।
  • কোৰোনাৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাৰ মাজতে মন্ত্ৰীগৰাকীৰ কিডনীত ধৰা পৰে পাথৰ।
  • এতিয়া চেলাইন আৰু বেজী লৈছে মন্ত্ৰীগৰাকীয়ে।
  • তেওঁ আজিৰ দিনটো জিৰণি ল'ব বুলিও সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in