কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অমিত শ্বাহৰ বাসভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, NRC সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা…

ফাইল ফটো
ফাইল ফটো
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • কিছু সময় পূৰ্বে দিল্লীস্থিত বাসভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা।
  • মুখ্যমন্ত্ৰীৰ লগত আছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব সমীৰ সিনহা।
  • এনআৰচিৰ লগতে উত্তৰ-পূবৰ সীমা সমস্যা সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা।
  • ইফালে, মঙলবাৰে ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিব সৰ্বানন্দ সোণোৱালে।
  • পুৱা ৯.৩০ বজাত দাখিল কৰিব মনোনয়ন-পত্র।
  • সৰ্বানন্দ সোণোৱালক সংগ দিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
  • সংগ দিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
  • উপস্থিত থাকিব মন্ত্রী অতুল বৰাকে ধৰি কেইবাজনো মন্ত্রী-বিধায়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in