অসমত নতুনকৈ ৪৭ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত পুনৰ ৪৭ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰি কৰিছে।
  • ইয়াৰে ২১ জন গোলাঘাটৰ, ৪জন লখিমপুৰৰ, ৮ জন মৰিগাঁৱৰ, গোৱালপাৰাৰ ৩জন, হোজাইৰ এজন, এমএমচিএইচৰ এজন, কাৰ্বিআংলঙৰ ২ জন আৰু নগাঁৱৰ ৫জন।
  • ইফালে অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৫ গৰাকীলৈ বৃদ্ধি।
  • আৰোগ্য হৈছে ৬২ গৰাকী লোক।
  • এতিয়াও হাস্পতালত আছে ৫২৬ গৰাকী লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in