ভোটাধিকাৰ সাব্যস্ত কৰি নগাওঁৰ মৃত্যুঞ্জয় মন্দিৰত হিমন্তৰ পূজা-অৰ্চনা…

ভোটাধিকাৰ সাব্যস্ত কৰি নগাওঁৰ মৃত্যুঞ্জয় মন্দিৰত হিমন্তৰ পূজা-অৰ্চনা…
  • আমিনগাওঁত ভোটাধিকাৰ সাব্যস্ত কৰিয়েই নগাওঁৰ ভেৰভেৰী স্থিত মৃত্যঞ্জয় মন্দিৰত পূজা অৰ্চনা হিমন্ত বিশ্ব শৰ্মাৰ ।,
  • হেলিকপ্তাৰ যোগে নগাওঁলৈ যাত্ৰা কৰে মন্ত্ৰী গৰাকীয়ে ।
  • মৃত্যুঞ্জয় মন্দিৰ প্ৰদক্ষিন কৰি ধূপ-চাকি- নৈবদ্যৰে পূজা আগবঢ়াই মন্ত্ৰী গৰাকীয়ে ।
  • ইফালে পূজা- অৰ্চনা কৰি সংবাদ মাধ্যমৰ সন্মুখত কয় যে কোভিডৰ বাবে অধিক ৰেল ষ্টেছন, বিমান বন্দৰত অধিক কঠোৰ হ'ব কোভিডৰ নীতি নিৰ্দেশনা ।
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৫ৰ পৰা ৪০ খন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ২০ৰ পৰা ২৫ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in