হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনঃ পোত গৈছে বাহন, আৱদ্ধ হৈ আছে বহু লোক..

হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনঃ পোত গৈছে বাহন, আৱদ্ধ হৈ আছে বহু লোক..
  • হিমাচল প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।
  • ৰাজ্যখনৰ কিন্নুৰত সৃষ্টি হৈছে ভয়াবহ ভূমস্খলন।
  • এই ভূমিস্খলনৰ ফলত বহু কেইখন বাহনৰ লগতে এখন যাত্ৰীবাহী বাছ পোত গৈছে।
  • কিন্নুৰ জিলাৰ চাউৰাৰ ৰাষ্ট্ৰীয় ঘইপথত সংঘটিত হৈছে এই ঘটনা।
  • ইতিমধ্যে বাহনত আৱদ্ধলোকসকলক উদ্ধাৰৰ চেষ্টা চলাই থকা হৈছে।
  • এই ভূমিস্খলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে। ট
  • আদ্ধ হৈ আছে বহু লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in