হিমাচলপ্ৰদেশত কৰুণ ঘটনা, ভূমিস্খলনত নিহত ২০০ৰো অধিক ভেড়া

হিমাচলপ্ৰদেশত কৰুণ ঘটনা, ভূমিস্খলনত নিহত ২০০ৰো অধিক ভেড়া
  • হিমাচল প্ৰদেশত সংঘটিত হৈছে এক কৰুণ ঘটনা।
  • ভূমিস্খলনত নিহত হৈছে ২০০ৰো অধিক ভেড়া আৰু ছাগলী।
  • এক পাহাৰীয়া অঞ্চলত চৰি আছিল ভেড়া আৰু ছাগলীবোৰ।
  • হঠাৎ পাহাৰৰ পৰা খহি পৰে শিল আৰু মাটি।
  • ভেড়া জাকটোৰ অধিসংখ্যক ভেড়াৰে মৃত্যু হয় ভূমিস্খলনত।
  • হিমাচল প্ৰদেশৰ ৰামপুৰ জিলাৰ ক্যাও অঞ্চলত সংঘটিত হ'ল এই ঘটনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in