হিমাচল প্ৰদেশত বিধ্বংসী অগ্নিকাণ্ড

হিমাচল প্ৰদেশত বিধ্বংসী অগ্নিকাণ্ড
  • হিমাচল প্ৰদেশত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত জাহ গ'ল এটা ঘৰ।
  • কুল্লো জিলাত পুৱা সূত্ৰপাত হোৱা এই জুইৰ বাবে বহু সা-সম্পত্তি ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
  • ইফালে এই জুইৰ সূত্ৰপাত হোৱাৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in