হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ, নিহত ৩০

হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ, নিহত ৩০
  • হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ।
  • ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনত ধাৰাসাৰ বৃষ্টিপাত।
  • এতিয়ালৈকে ৩০ জনৰো অধিক লোক মৃত্যু হৈছে ৰাজ্যখনত।
  • উত্তৰাখণ্ডৰ পঞ্জাৱতো ধাৰাসাপ বৃষ্টিপাত।
  • ধাৰাসাৰ ৰবষুণৰ বাবে ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে।
  • ছিমলাতে মৃত্যু হৈছে ৯ জন লোকৰ।
  • এন ডি আৰ এফৰ লোকক জড়িত কৰা হৈছে উদ্ধাৰ অভিযানত।
  • এই ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানত সন্ধানহীন হৈ আছে ১২ জনৰো অধিক লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in