হিমাচলপ্ৰদেশত হিমস্খলনত আৱদ্ধ ৫ জোৱানৰ উদ্ধাৰ অভিযান অব্যাহত…

হিমাচলপ্ৰদেশত হিমস্খলনত আৱদ্ধ ৫ জোৱানৰ উদ্ধাৰ অভিযান অব্যাহত…
  • হিমাচলপ্ৰদেশত হিমস্খলনত আৱদ্ধ সেনা জোৱানৰ সন্ধানত পুনৰ অভিযান আৰম্ভ।
  • শনিবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান।
  • যোৱা ২০ ফেব্ৰুৱাৰীত ৰাজ্যখনৰ কিন্নাউৰ জিলাৰ নামগিয়াত সংঘটিত হৈছিল হিমস্খলন।
  • হিমস্খলনত বৰফৰ মাজত ৫জনকৈ জোৱান আৱদ্ধ হোৱা বুলি জানিব পৰা গৈছিল।
  • শনিবাৰে সেনা বাহিনী, আই টি বি পি, স্থানীয় আৰক্ষীয়ে যুটীয়াভাৱে চলাই এই উদ্ধাৰ অভিযান।
  • বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই এজনো সেনা জোৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in