হিমাচলপ্ৰদেশৰ বাছ দুৰ্ঘটনাঃ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৩লৈ বৃদ্ধি…

হিমাচলপ্ৰদেশৰ বাছ দুৰ্ঘটনাঃ মৃত্যু হোৱা লোকৰ সংখ্যা ৪৩লৈ বৃদ্ধি…
  • হিমাচল প্ৰদেশৰ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৩জনলৈ বৃদ্ধি।
  • ইফালে, গুৰুতৰভাৱে আহত ৩৫গৰাকী লোক।
  • কুল্লু জিলাৰ বনজাৰৰ সমীপত দ' খাৱৈত বাগৰিছিল বাছখন।
  • উদ্ধাৰকাৰী দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in