হিমাচলপ্ৰদেশত তুষাৰপাত, ৪৪৬টা পথত যাতায়ত ব্যাহত…

হিমাচলপ্ৰদেশত তুষাৰপাত, ৪৪৬টা পথত যাতায়ত ব্যাহত…
  • হিমাচলপ্ৰদেশত তুষাৰপাতৰ প্ৰভাৱ।
  • তুষাৰপাতৰ ফলত ৰাজ্যখনৰ প্ৰায় ৪৪৬টাকৈ পথত যাতায়ত সেৱা ব্যাহত।
  • ইয়াৰ ভিতৰত আছে ৫টা ৰাষ্ট্ৰীয় ঘাইপথো।
  • ১২১টা বিদ্যুৎ আঁচনিৰ সেৱাও ব্যাহত হৈ পৰিছে হিমাচলপ্ৰদেশত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in