১১ ছেপ্তেম্বৰত ধিঙৰ স্ব-গৃহলৈ যাব স্বৰ্ণ কন্যা হিমা

১১ ছেপ্তেম্বৰত ধিঙৰ স্ব-গৃহলৈ যাব স্বৰ্ণ কন্যা হিমা
  • ১১ ছেপ্তেম্বৰত স্ব-গৃহলৈ যাব স্বৰ্ণ কন্যা হিমা দাস।
  • সৰুসজাইত সংবাদমেলত জনালে হিমাই।
  • 'মা-দেউতাক বহুদিন ভালকৈ লগ পোৱা নাই, নগাঁও-ধিঙৰ মানুহবোৰক বহুদিন দেখা নাই।'
  • 'মা-দেউতাক সময়ে দিব পৰা নাই, বেয়া লাগি আছে বহুত।'
  • ঘৰৰ পৰা আহি প্ৰশিক্ষণলৈ কেতিয়া যাব সেই সিদ্ধান্ত ল'ব, জনালে হিমাই।
  • এইকেইদিন গুৱাহাটীতে থাকিব স্বৰ্ণ কন্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in