হিমাক আদৰিবলৈ পাঞ্জাবাৰীত ব্যাপক আয়োজন, উদুলি-মুদুলি কলাক্ষেত্ৰ

হিমাক আদৰিবলৈ পাঞ্জাবাৰীত ব্যাপক আয়োজন, উদুলি-মুদুলি কলাক্ষেত্ৰ
  • ক্ষন্তেক পিছতে পাঞ্জাবাৰীত উপস্থিত হ'ব হিমা দাস।
  • পাঞ্জাবাৰীত ৰাজ্য চৰকাৰৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান।
  • সম্বৰ্ধনা জনাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • শংকৰদেৱ কলাক্ষেত্ৰৰ সমীপত আদৰণি জনাবলৈ বহু লোকৰ ভিৰ।
  • অনুষ্ঠানত ইতিপূৰ্বে ঘোষণা কৰা ১.৬ কোটিৰে পুৰস্কৃত কৰা হ'ব হিমাক।
  • শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।
  • ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰিছে এই অনুষ্ঠানৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in