শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

আকৌ চমকঃ ধিং এক্সপ্ৰেছ হিমা দাসৰ ফেডাৰেচন কাপত স্বৰ্ণ জয়

3,699
  • পুনৰ এবাৰ চমক ধিং এক্সপ্ৰেছ হিমা দাসৰ।
  • দুভৰিৰ গতিৰে আকৌ এবাৰ গঢ়িবলৈ সক্ষম হ’ল অভিলেখ।
  • পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত ২৩ সংখ্যক ফেডাৰেচন কাপত স্বৰ্ণ জয় হিমাৰ।
  • মাত্ৰ ৫২.৮৮ ছেকেণ্ডতে ৪০০ মিটাৰ দৌৰ সম্পন্ন কৰি পদক জয় হিমাৰ।
  • ছেমি ফাইনেলতকৈ ১.৪৮ ছেকেণ্ড পূৰ্বেই দৌৰ সম্পন্ন কৰে হিমাই।
  • প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰে পুভাম্মাই।
  • ৫৩.১৫ ছেকেণ্ডত দৌৰ সম্পন্ন পুভাম্মাৰ।
  • উল্লেখ্য যে, হিমা দাসৰ সৰ্বশ্ৰেষ্ঠ সময় ৫০.৭৯ ছেকেণ্ড।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি