আকৌ চমকঃ ধিং এক্সপ্ৰেছ হিমা দাসৰ ফেডাৰেচন কাপত স্বৰ্ণ জয়

আকৌ চমকঃ ধিং এক্সপ্ৰেছ হিমা দাসৰ ফেডাৰেচন কাপত স্বৰ্ণ জয়
  • পুনৰ এবাৰ চমক ধিং এক্সপ্ৰেছ হিমা দাসৰ।
  • দুভৰিৰ গতিৰে আকৌ এবাৰ গঢ়িবলৈ সক্ষম হ'ল অভিলেখ।
  • পঞ্জাৱৰ পাটিয়ালাত অনুষ্ঠিত ২৩ সংখ্যক ফেডাৰেচন কাপত স্বৰ্ণ জয় হিমাৰ।
  • মাত্ৰ ৫২.৮৮ ছেকেণ্ডতে ৪০০ মিটাৰ দৌৰ সম্পন্ন কৰি পদক জয় হিমাৰ।
  • ছেমি ফাইনেলতকৈ ১.৪৮ ছেকেণ্ড পূৰ্বেই দৌৰ সম্পন্ন কৰে হিমাই।
  • প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰে পুভাম্মাই।
  • ৫৩.১৫ ছেকেণ্ডত দৌৰ সম্পন্ন পুভাম্মাৰ।
  • উল্লেখ্য যে, হিমা দাসৰ সৰ্বশ্ৰেষ্ঠ সময় ৫০.৭৯ ছেকেণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in