ইউনিছেফৰ ভাৰতৰ যুৱ এম্বেছেদৰ ৰূপে হিমা দাসক নিযুক্তি

ইউনিছেফৰ ভাৰতৰ যুৱ এম্বেছেদৰ ৰূপে হিমা দাসক নিযুক্তি
  • হিমা দাসৰ ইউনিছেফৰ ভাৰতৰ যুৱ এম্বেছেদৰ হিচাপে নিযুক্তি।
  • বুধবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে ইউনিছেফ কৰ্তৃপক্ষই।
  • বৰ্তমান পাটিয়ালাত প্ৰশিক্ষণৰত হিমা দাস।
  • অলিম্পিকৰ বাবে কঠোৰ অনুশীলনত নামিছে খেলুৱৈগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in