ৰহাত উপস্থিত স্বৰ্ণ কন্যা হিমা, বহু দল-সংগঠনৰ অভিনন্দন জ্ঞাপন

ৰহাত উপস্থিত স্বৰ্ণ কন্যা হিমা, বহু দল-সংগঠনৰ অভিনন্দন জ্ঞাপন
  • ৰহাত স্বৰ্ণ কন্যা হিমাক উষ্ম আদৰণি।
  • ৰহাৰ নতুন চাৰিআলিত বিভিন্ন দল-সংগঠনৰ শ শ লোকৰ হিমাক অভিনন্দন জ্ঞাপন।
  • বৰ্তমান উৎসৱমুখৰ পৰিৱেশ ৰহাত।
  • থেকেৰাগুৰিৰ পৰা আদৰণি জনাই লৈ যোৱা হৈছিল হিমাক।
  • নগাঁও জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত সত্যজিত চেতিয়াই আদৰণি জনাই হিমাক।
  • ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা শাখা সাহিত্য, এ জে ৱাই চি পিকে ধৰি বহু দল-সংগঠনে জনালে অভিনন্দন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in