আজি অসম পাবহি ধিং এক্সপ্ৰেছ, আবেলি কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠান

আজি অসম পাবহি ধিং এক্সপ্ৰেছ, আবেলি কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠান
  • আজি দিল্লীৰ পৰা অসম পাবহি হিমা দাস।
  • দুপৰীয়া ১ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'বহি ধিং কন্যা।
  • হিমাক আদৰণি জনাবলৈ বিমান বন্দৰত ব্যাপক প্ৰস্তুতি।
  • ট্ৰেকৰ আৰ্হিতে কাৰ্পেটিং কৰা হৈছে বিমান বন্দৰত।
  • খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনাব হিমাক।
  • তাৰ পৰা হিমা পোনে পোনে আহিব জালুকবাৰীলৈ।
  • সুধাকণ্ঠৰ সমাধিস্থলত সোমাই শ্ৰদ্ধাঞ্জলি জনাব হিমাই।
  • সৰুসজাই ষ্টেডিয়ামলৈও যাব হিমা।
  • ৰাজ্যিক ক্ৰীড়া সঞ্চালকায়ৰ কাৰ্যালয়ত বিয়লি ৩.১৫বজাত হিমাৰ সংবাদমেল।
  • আবেলি ৫ বজাত হিমা উপস্থিত হ'বগৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।
  • তাতেই হিমাক ৰাজ্য চৰকাৰে অভিনন্দন জনাব।
  • অভিনন্দন অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী বিধায়কৰ লগতে বহু খেলুৱৈ।
  • হিমাৰ সম্বৰ্ধনা অনু্ষ্ঠানত উপস্থিত থাকিব অৰ্জুন ভোগেশ্বৰ বৰুৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in