অপ্ৰতিৰোধ্য ধিং এক্সপ্ৰেছ! পুনৰ স্বৰ্ণ জয় হিমা দাসৰ

অপ্ৰতিৰোধ্য ধিং এক্সপ্ৰেছ! পুনৰ স্বৰ্ণ জয় হিমা দাসৰ
  • পুনৰ স্বৰ্ণজয় হিমা দাসৰ।
  • ধিং এক্সপ্ৰেছ হিমা দাসে চেক গণৰাজ্যত লাভ কৰিছে স্বৰ্ণ।
  • ৩০০ মিটাৰ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰিছে হিমাই।
  • এথলেটিকি মিটিংক ৰেইটাৰ, ২০১৯ত তেওঁ লাভ কৰিছে সোণৰ পদক।
  • নিজৰ টুইটাৰ যোগেও হিমাই জনালে এই কথা।
  • অবিৰতভাবে কেইবাটাও স্বৰ্ণ পদক লাভ কৰিছে হিমাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in