শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

হিজবুল মুজাহিদ্দিনৰ আন এজন সদস্যক যমুনামুখত গ্ৰেপ্তাৰ

51
  • হিজবুল মুজাহিদ্দিনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ।
  • হোজাইৰ যমুনামুখৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক।
  • গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ছাহনেৱাজ আলম।
  • কমৰুদ্দিনৰ সৈতে সম্পৰ্ক আছিল ছাহনেৱাজৰ।
  • নীলবাগানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহনেৱাজক।
  • বৃহস্পতিবাৰে কামপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল কমৰুদ্দিনক।
  • এই সূত্ৰৰ পমখেদি আজি গ্ৰেপ্তাৰ কৰা হৈছে ছাহনেৱাজক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি