হিজবুল মুজাহিদ্দিনৰ আন এজন সদস্যক যমুনামুখত গ্ৰেপ্তাৰ

হিজবুল মুজাহিদ্দিনৰ আন এজন সদস্যক যমুনামুখত গ্ৰেপ্তাৰ
  • হিজবুল মুজাহিদ্দিনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ।
  • হোজাইৰ যমুনামুখৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক।
  • গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ছাহনেৱাজ আলম।
  • কমৰুদ্দিনৰ সৈতে সম্পৰ্ক আছিল ছাহনেৱাজৰ।
  • নীলবাগানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহনেৱাজক।
  • বৃহস্পতিবাৰে কামপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল কমৰুদ্দিনক।
  • এই সূত্ৰৰ পমখেদি আজি গ্ৰেপ্তাৰ কৰা হৈছে ছাহনেৱাজক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in