কোভিড পৰিস্থিতিৰ বাবে স্থগিত কৰা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা…

কোভিড পৰিস্থিতিৰ বাবে স্থগিত কৰা হ’ল উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা…
  • উচ্চতম মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা স্থগিত ।
  • এক জাননী যোগে এই কথা প্ৰকাশ কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ।
  • কোভিডৰ পৰিস্থিতিৰ বাবে স্থগিত কৰে উচ্চতম মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা ।
  • পৰবৰ্তী জাননী প্ৰকাশ নকৰাৰ বাবে স্থগিত কৰে সংসদে ।
  • পৰিস্থিতি সুস্থিৰ হ'লে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in