২৫ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

২৫ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
  • ২৫ জুনত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।
  • পুৱা ৯ বজাত ঘোষণা কৰা হ'ব ফলাফল।
  • পূৰ্বৰ দৰে থাকিব বুকলেট।
  • ফলাফল ঘোষণাৰ কৰা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চৰ্টিফিকেট।
  • ইয়াৰ উপৰি ৱেবচাইটযোগে লাভ কৰিব ফলাফল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in