উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী। ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া পৰীক্ষাৰ অন্ত পৰিব ১৪ মাৰ্চত।

তাৰিখ অনুসৰি পৰীক্ষাৰ সময়সূচী এনেধৰণৰ-

  • ১২ ফেব্ৰুৱাৰী- ইংৰাজী
  • ১৪ ফেব্ৰুৱাৰী- ৰসায়ন বিজ্ঞান/বিজনেছ ষ্টাডিজ
  • ১৫ ফেব্ৰুৱাৰী- বৃত্তিগত বিষয়
  • ১৬ ফেব্ৰুৱাৰী- ঐচ্ছিক অসমীয়া/আৰবী/পাৰ্ছী/সংস্কৃত
  • ১৮ ফেব্ৰুৱাৰী- পদাৰ্থ বিজ্ঞান/একাউণ্টেঞ্চী/ৰাজনীতি বিজ্ঞান/বৃত্তিগত বিষয়
  • ২১ ফেব্ৰুৱাৰী- গণিত/ঐচ্ছিক সংস্কৃত
  • ২৩ ফেব্ৰুৱাৰী- জীৱ বিজ্ঞান/শিক্ষা/বাণিজ্যিক গণিত/পৰিসংখ্যা/আই টি
  • ২৫ ফেব্ৰুৱাৰী- আধুনিক ভাৰতীয় ভাষা(MIL)/ঐচ্ছিক ইংৰাজী
  • ২৭ ফেব্ৰুৱাৰী- তৰ্কবিজ্ঞান আৰু দৰ্শন/মনোবিজ্ঞান/বীমা/ফাইন আৰ্টছ
  • ২৮ ফেব্ৰুৱাৰী- বৃত্তিগত শাখা
  • ১ মাৰ্চ- অৰ্থনীতি বিজ্ঞান
  • ২ মাৰ্চ- সংগীত/গৃহবিজ্ঞান
  • ৫ মাৰ্চ- কম্পিউটাৰ/এণ্টাৰপ্ৰিনিঅৰশ্বিপ ডেভেলপমেণ্ট
  • ৭ মাৰ্চ- ভূগোল/জিঅ'লজী/বেংকিং/মাল্টিমিডিয়া আৰু ৱেব টেকনল'জী
  • ৯ মাৰ্চ- নৃতত্ব/সমাজ তত্ব/ছেলমেনশ্বিপ & এডভাৰ্টাইজিং/সংগীত
  • ১২ মাৰ্চ- পৰিসংখ্যা
  • ১৪ মাৰ্চ- জৈৱ প্ৰযুক্তি/ইতিহাস/ইক'নমিক জিঅ'গ্ৰাফী/সংগীত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in