কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত হ’ব উচ্চ শিক্ষাৰ পৰীক্ষা

কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত হ’ব উচ্চ শিক্ষাৰ পৰীক্ষা
  • উচ্চ শিক্ষাৰ প্ৰৱেশ পৰীক্ষাৰ সন্দৰ্ভত বিশেষ নিৰ্দেশনা।
  • কোভিড প্ৰ'টকলৰ মাজতেই অনুষ্ঠিত হ'ব প্ৰৱেশ পৰীক্ষা।
  • এই প্ৰৱেশ পৰীক্ষা ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব লাগিব।
  • প্ৰৱেশ পৰীক্ষাৰ কেন্দ্ৰসমূহত এটা ছিফটত ২০০ৰ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব।
  • প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীক ৰেহাই দিয়া হ'ব কোভিড সংক্ৰান্তত বাহাল হৈ থকা কিছুমান নীতি নিয়মৰ পৰা।
  • আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব শিক্ষাৰ্থীসকলক।
  • কাৰ্ফিউৰ সময়চোৱাত যুগ্ম-অযুগ্ম নম্বৰৰ বাহনৰ নীতিৰ পৰাও ৰেহাই দিয়া হ'ব শিক্ষাৰ্থীসকলক।
  • পৰীক্ষাৰ্থীসকলে এই ক্ষেত্ৰত দেখুৱাব লাগিব প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in