শেহতীয়া খবৰ
চিৰাঙৰ ডাংতল গাঁৱত অজগৰ সাপ উদ্ধাৰ...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...

হাই মাদ্ৰাছাৰ শীৰ্ষ ৩ স্থানত কোন কোন

161

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে ঘোষণা কৰা হ’ল হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল। হাই মাদ্ৰাছাত প্ৰথম স্থান অধিকাৰ কৰিছে চেলিম আহমেদে। দ্বিতীয় স্থান লাভ কৰিছে আব্দুল আজিজ আৰু তৃতীয় স্থান লাভ কৰিছে ইলিয়াছ আলীয়ে। চেলিম আহমেদ ৰাখালডুবি হাই মাদ্ৰাছাৰ ছাত্ৰ। আব্দুল আজিজ পিপিৰাকুছি আঞ্চলিক হাই মাদ্ৰাছাৰ আৰু ইলিয়াছ আলী আমবাৰী কাৰ্টিমাৰী হাই মাদ্ৰাছাৰ ছাত্ৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি